অসম

অন্য মহিলাৰ সৈতে স্বামীক হাতে-লুটে ধৰা পেলাই পত্নীয়ে ঘটালে এই ঘটনা!

মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদত সংঘটিত এটা ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী পত্নীয়ে তেওঁৰ স্বামীক আন এগৰাকী মহিলাৰ সৈতে হাতে-লোতে ধৰা পেলাই আৰু মহিলাগৰাকীক প্ৰহাৰ কৰে। বৰ্তমান ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা ভিডিঅ’টো বিভিন্নজনে meme material হিচাপেও ব্যৱহাৰ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: