অসম

অৱসৰপ্ৰাপ্ত শিক্ষক ত্ৰৈলোক্য বৰুৱাৰ মৃত্যু

সংবাদদাতা, পূৱ যোৰহাট : বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক তথা চাৰিগাও পঞ্চৱটী নিবাসী  ত্ৰৈলোক্য বৰুৱা (৮২)-ৰ কালি বিয়লি মৃত্যু হয়। পুৱা অসুস্থ হোৱা ব্যক্তিজনক

যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিছিল যদিও বিয়লি মৃত্যু হয়। স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিজনে পৰিবাৰ,২ পুত্ৰ,১ কন্যাসহ আত্মীয় স্বজনক এৰি গৈছে।সৰবৰহী ব্যক্তিজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: