আমাৰ বিষয়ে | Top 1 solution

মাজুলীৰ পৰা প্ৰকাশিত ‘অসম বাৰ্তা’ অসমীয়া সৰ্বাধিক প্ৰচলিত এখন সাপ্তাহিক কাকত। নৱীন-প্ৰৱীন লেখকসকলক অগ্ৰাধিকাৰ দি সাহিত্য জগতখনক আৰু এখোজ আগবঢ়াই নিয়া আৰু নিৰপেক্ষ সংবাদেৰে অসমভূমিত শান্তি-সম্প্ৰীতি-ঐতিহ্য বৰ্তা ৰখাই কাকতখনৰ মূল লক্ষ্য। (আমাৰ বিষয়ে)

আমাৰ বিষয়ে স্বতাধিকাৰী/সম্পাদক : তনয় বৰা

সংবাদদাতা : আজিজুৰ ৰহমান (ধুবুৰী), ভৱেশ চন্দ্ৰ ভাগৱতী (দুুুুধনৈ), কল্পজ্যোতি শইকীয়া (মাজুলী), ৰাজীৱ দত্ত (কমলাবাৰী), অভিজিত বৰা (চামগুৰি), দিপাংকৰ বৰুৱা (ৰাজগড়), সত্যজিৎ বৰুৱা (টিংখাং), নিতুল দাস (তামুলপুৰ), অৰূপ বড়ো (টংলা), দেৱবিকাশ দত্ত (টীয়ক), দিপাংকৰ বৰা (তিনিচুকীয়া), মণ্টু শৰ্মা (ধনশিৰি), উদ্দীপ বৰা (সৰুপথাৰ), ধ্ৰুৱজ্যোতি গায়ন (বঢ়মপুৰ), দিব্যজ্যোতি ভূঞা (পুৰণিগুদাম), পুলিন কাকতি (ভূৰবন্ধা), ৰমেন শইকীয়া (পশ্চিম যোৰহাট), প্ৰশান্ত কুমাৰ দত্ত (পূৱ যোৰহাট), জগন্নাথ অগ্নি বৰা (বাহনা), ৰিতু গগৈ (সাপেখাতী), চৈয়দ মোস্তাফা আহমেদ (ৰঙিয়া), জছমত আলী (দলগাঁও), ইয়াছীন আলী (বঙাইগাঁও), জাহাঙ্গীৰ আলম (গোসাইগাঁও), গিয়াছ উদ্দিন আহমেদ (জুৰীয়া), পল্লৱ মিলি (লখিমপুৰ), খাইবাৰ মণ্ডল (খাৰুপেটীয়া), আছিফ উল্লাহ মোজাদ্দাদি (ধিং), চন্দন হীৰা (মৰিগাঁও), কুলজিৎ মৰাণ (কাকপথাৰ), প্ৰেম চন্দ্ৰ তিৱাৰী (জামুগুৰিহাট), ইব্ৰাহিম খালিল (মণ্ডিয়া)

E-Paper | Assamese Web Portal

Back to top button
%d bloggers like this: