ত্ৰিপুৰা

আৰক্ষীৰ জালত ভুৱা আৰক্ষী

আৰক্ষীৰ জালত ভুৱা আৰক্ষী বিষয়া। এডি নগৰ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত কৰায়ত্ব কৰে ভুৱা আৰক্ষী জনক।

জানিব পৰা অনুসৰি তেওঁ বিভিন্ন আইনী ব্যৱস্থাৰ আওতাত থকা লোকসকলক ভাবুকি দি ধন সংগ্ৰহ কৰি আহিছিল।

ত্ৰিপুৰাৰ আগৰতলাত গ্ৰেপ্তাৰ হোৱা লোকজনৰ সম্পূৰ্ণ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: