অসম

এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁঠা, সহায়ৰ বাবে কাত্‌ৰ আহবান ৰাইজলৈ

সংবাদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ জালুগুটি এজন লোকৰ কৰুণ গাঁঠা। হয় নিজৰ এমুঠি অন্নৰ বাৱে জীৱন যুদ্ধত ব্যক্তিজনে হাৰ মনা নাই। যেতিয়া এজন সুস্থ ব্যক্তিৰ হঠাৎত জীৱনলৈ নামি কাল অমানিশা। এই প্ৰতিবেদনৰ জৰিয়তে জনাম জীৱন যুদ্ধত হাৰ নমনা জালুগুটি গাঁৱৰ অজয় কুমাৰ দাসৰ (৫৩) জীৱন পৰিক্ৰমা। ঘৰ মৰিগাঁও পূব জালুগুতি গাঁৱত। প্ৰথমে তেওঁ polytex চাকৰি কৰিছিল (Assam polytex limited পশ্চিম নগাওঁ জাগীৰোড)ত।

পৰৱৰ্তী মিলটো বন্ধ হৈ যোৱাৰ পাছত তেওঁ পৰিযাল পোহপাল দিয়া বাবে যোগদান কৰে জাগীৰোডৰ পেপাৰ মিলৰ ঠিকাদাৰৰ লগত ইলেক্ট্ৰটিকেল কামত। এনেকৈয়ে বহুদিন কৰ্মক্ষেত্ৰত জয়িত হৈ পৰিয়াল পোহপাল দি আছিল। হঠাৎ অজয় কুমাৰ দাসৰ জীৱনৈ নামি এজাক কাল ধুমুহা দুৰ্ভাগ্যবশতঃ ২০১৭ চনৰ ২১ জুন তাৰিখে ভাৰতীয় সেনবাহিনী গাড়ী তলত দুৰ্ঘটনাত পতিত হয় দুইখন ভৰি অক্ষম হয় হৈ পৰে। বহু চিকিৎসা কৰিও ভৰি দুখন সুস্থ হৈ নুঠিল।

উল্লেখ্য যে কৰ্মক্ষেত্ৰত দুৰ্বাহ হেঁপাহ থকা বাবেই অক্ষম ভৰি দুখনৰে তেওঁ বৰ্তমান বিজুলী মেৰামতি কামৰ জৰিয়তে পত্নী, পুত্ৰ সন্তান, দুজনী কন্যা, এজনী অবিবাহিত বাইদেউক লৈ ৬টি কৈ পৰিয়াল দুবেলা দুখাজ যেন-তেন খাই পৰিয়াল চলি আছে। বৰ্তমান তেওঁক কিছু পৰিমাণে ৰাইজৰ আৰ্থিক সাহায্য প্ৰয়োজন। কোনো হ্নদয়বান লোকে যদি সহায় কৰিব বিচাৰিলে তেওঁৰ জাগীৰোড সোণাকুছি বেংকৰ অজয় কুমাৰ দাস, একাউণ্ট নং =20109446078 / IFSC code =SBIN0007699 লগতে তেওঁ মোবাইল নাম্বাৰত 86382 41095 ত যোগাযোগ কৰিব পাৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: