অসম

এন.চি.চি দিৱসত যোৰহাটত ৰক্তদান

সংবাদদাতা, পশ্চিম যোৰহাট:- ১৯৪৮ চনৰ ১৫ জুলাইত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰীয় কেডেট কৰ্পছৰ প্ৰতিবছৰে নৱেম্বৰ মাহৰ চতুৰ্থ দেওবাৰটো দিৱস পালন কৰি আহিছে। যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাণিজ্য শাখাত এই দিৱস পালনৰ লগতে ৰক্তদান কৰা হয়। ১০০জন কেডেটে এই শিবিৰত ৰক্তদান কৰে। এন.চি.চিৰ অফিচাৰ, বেটেলিয়নে অংশগ্ৰহণ কৰে। ইয়াত গ্ৰোপ কামাণ্ডাৰ ৰাজীৱ কাপুৰ আৰু চেনা মেডেল উপস্থিত থকা অনুষ্ঠানত সাংস্কৃতিক কাৰ্যক্ৰম ৰূপায়ণ কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: