অসম

কাকপথাৰৰ ধৰণীকা মৰাণৰ সাফল্য

সংবাদদাতা, কাকপথাৰ:- তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত ৩ নং কাকপথাৰৰ প্ৰয়াত সোমেশ্বৰ মৰাণ আৰু বিউটী বৰুৱাৰ কন্যা ধৰণীকা মৰাণে গুৱাহাটীত অনুষ্ঠিত হোৱা “মিচ এনড মিৰ্চেচ ইণ্ডিয়া নেচেনেল ডিভা ২০২১ৰ বেষ্ট কষ্টিউম এনড বেণ্ড এম্বেচেদৰ” খিতাপ দখল কৰি তিনিচুকীয়া জিলাৰ লগতে কাকপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই খবৰ বিয়পি পৰাৰ লগে-লগে অঞ্চলটোত একপ্ৰকাৰ আনন্দৰ লহৰ তুলিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: