অসম

কাকপথাৰ পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন

সংবাদদাতা, কাকপথাৰ:- তিনিচুকীয়া জিলাৰ দিৰাকস্থিত কাকপথাৰ পদ্মনাথ গোহাঞিবৰুৱা আদৰ্শ মহাবিদ্যালয়ত ছাত্ৰ একত্ৰা সভাৰ সাধাৰণ নিৰ্বাচন শৃংখলিত আৰু শান্তিপূৰ্ণ ভাৱে সম্পন্ন হৈ যায়। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত নতুনকৈ স্থাপিত হোৱা মহাবিদ্যালয়খনৰ প্ৰথমটো ছাত্ৰ একত্ৰা সভাৰ নিৰ্বাচনত দুই তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে ভোট প্ৰদান কৰা পৰিলক্ষিত হয়। নিৰ্বাচনটোত জয়লাভ কৰে সাধাৰণ সম্পাদক প্ৰাৰ্থপ্ৰতিম মৰাণ, উপসভাপতি কৃষ্ণমণি গগৈ, সহকাৰী সাধাৰণ সম্পাদক শিক্ষান্ত মৰাণ, সাংস্কৃতিক সম্পাদক জিণ্টু মৰাণ, আলোচনীৰ সম্পাদক মিণ্টু মৰাণ, ছাত্ৰী জিৰণি কক্ষ কঁপাহী মৰাণ, ছাত্ৰ জিৰণি কক্ষ অচিন্ত মৰাণ তৰ্ক আৰু সাহিত্যৰ সম্পাদক জোনমণি মৰাণ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: