সময়ৰ কলম

জনসংখ্যা বৃদ্ধি : কাৰণ আৰু সমাধান

লেখক : ড কমলাকান্ত দত্ত
মুখ্য আহ্বায়ক, অসম বাৰ্তা

আমি বাস কৰা সুন্দৰ ধৰণীখনি কেৱল বাহ্যিকভাৱেহে যে পংকিলময় হৈ পৰিছে এনে নহয়৷ সামাজিকভাৱেও ই নান্দনিক বৈশিষ্ট্যখিনিত কলুষতাময় কৰি তুলিছে৷ মানুহৰ মাজত হিংসা, বৰ্বৰতা, খিয়লা-খিয়লি এনেভাৱে বৃদ্ধি পাইছে যে মৰম, দয়া, সহানুভূতি, পৰোপকাৰ আদি মানৱীয় সদগুণ সমূহ যেন অন্তৰ্নিহিত হ’ব ধৰিছে৷ ইয়াৰ ফলত শান্তিপূৰ্ণ, সংকাহীন সামাজিক জীৱনচৰ্যা হেৰাই যাবলৈ ধৰিছে৷ 

আপোনপটীয়া মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে হাবি-বন কাটি এফালৰ পৰা তহিলং কৰিছে৷ জীৱ-জন্তুৰ আশ্ৰয়স্থল নোহোৱা কৰিছে৷ ফলত আশ্ৰয়হীন জীৱকূলৰ বিলুপ্তি ঘটিছে৷ চৰাই-চিৰিকটিৰ জিৰণি তথা আশ্ৰয়ৰ গছ-বন কাটি আমি আত্মস্বাৰ্য পূৰণ কৰিছোঁ৷ বিভিন্ন প্ৰকাৰে সিহঁতক মাৰি আমাৰ উদৰ পূৰাইছোঁ আৰু বিনন্দীয়া পৃথিৱীখনক আমি নিৰস কৰি তুলিছোঁ৷ প্ৰকৃতি ধ্বংস যজ্ঞৰ এই স্ববিনাসী অভিযানৰ মূল কাৰণটোৱেই হ’ল অত্যাধিক জনসংখ্যা বৃদ্ধি৷ আমাৰ বাবে উপলব্ধ বাসভূমিৰ তুলনাত আমাৰ পৰিয়াল এটাৰ আকাৰ আৰু ভৱিষ্যৎ প্ৰজন্মৰ কথা যদি এতিয়াই নাভাৱি কেৱল বৰ্তমান জীৱনটোৰ কথাকে আমি ভাৱো তেতিয়াহ’লে এখনি শান্তিৰ আলয়ৰ কল্পনা কেনেকৈ কৰিব পৰা হ’ব৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ইমান চৰকাৰীভাৱে বিভিন্ন গণমাধ্যম সমূহৰ জৰিয়তে প্ৰচাৰ কৰি অহা হৈছে৷ চিকিৎসালয় সমূহৰ জৰিয়তে ইমান সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰি অহা হৈছে অথচ এচাম লোক আছে যিসকল এই বিষয় সমূহৰ প্ৰতি সম্পূৰ্ণ নিৰ্বিকাৰ, মানসিক চাপযুক্ত ভাৱেই বৃহৎ আকাৰৰ পৰিয়াল সমূহ সৃষ্টি কৰা আছে৷

বাসভূমিৰ আকাৰৰ অনুপাতে থাকিব লগা জনসংখ্যাৰ অৱস্থাটো বুজ ল’বৰ বাবে আমি জনজাতিৰ ঘনত্বলৈ এভুমুকি মাৰিলেই আচল পৰিস্থিতিটো অনুধাৱন কৰিব পাৰিব৷ ভাৰতবৰ্ষৰ বৰ্তমান জনবসতিৰ ঘনত্ব হ’ল ৪৫৫ জন৷ আটাইতকৈ বেছি জনবসতি থকা ৰাজ্যখন হ’ল পশ্চিমবংগ, প্ৰতিবৰ্গ কিলোমিটাৰত ১০২৯ জন আৰু ভাৰতবৰ্ষৰ আটাইতকৈ কম জনবসতি থকা ৰাজ্যখন হ’ল অৰুণাচল প্ৰদেশ, প্ৰতিবৰ্গ কিলোমিটাৰত ১৭ জন৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত ইয়াৰ পৰিমাণ হ’ল ৩৯৮ জন৷ অসমৰ বৰ্তমান আটাইতকৈ বেছি জনবসতি থকা জিলাখন হ’ল কামৰূপ আৰু কম জনবসতি থকা জিলাখন হ’ল ডিমা হাছাও৷ অন্যান্য কাৰক সমূহৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰক হ’ল কিছু কিছু মানুহৰ মাজত নিম্নগামী শিক্ষিতৰ হাৰ৷ সাধাৰণতে শিক্ষিত লোকসকলৰ পৰিয়ালসমূহ সীমিত হোৱা দেখা যায় আৰু ইয়াৰ বিপৰীতে যিবিলাক পৰিয়ালৰ পিতৃ-মাতৃৰ শিক্ষা-দীক্ষা নাই, সেইবিলাক পৰিয়ালৰ সন্তানৰ সংখ্যা সৰহ হোৱা দেখা যায়৷

যি সময়ত ভাৰতবৰ্ষৰ শিক্ষিতৰ হাৰ হ’ল ৭৭ শতাংশ, সেইসময়ত অসমৰ ঘন জনবসতিপূৰ্ণ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ হ’ল ৫৮.৩৪ শতাংশ৷ সেই হাৰ দৰং আৰু চিৰাং জিলাত হ’ল ক্ৰমে ৬৩.০৮ শতাংশ আৰু ৬৩.৫৫ শতাংশ৷ এই তিনিখন জিলাৰ জনসংখ্যা বৃদ্ধিয়ৰ হাৰ হ’ল – ধুবুৰীত ২৪.৪৪ শতাংশ, দৰঙৰ ২১.১৯ শতাংশ আৰু চিৰাঙত ২৩.৩৪ শতাংশ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে বাক্সা, নলবাৰী, কামৰূপ, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, ধেমাজি আদি জিলা সমূহৰ জনসংখ্যা বৃদ্ধিৰ দশকীয় হাৰ ১৫ শতাংশৰ তলত৷ অন্যহাতে শেষৰটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ গড় হাৰ হ’ল ১৬.৯৩ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ হ’ল ১২.প্ত শতাংশ৷ এই তথ্যসমূহে এই কথাকে প্ৰকাশ কৰে যে যিসমূহ জিলাৰ মুছলমান লোকৰ বসতি অধিক সেইসমূহ জিলাতে শিক্ষিতৰ হাৰ কম আৰু জনবসতি বৃদ্ধিৰ হাৰ অধিক৷ আৰু সেইসমূহ ঠাইতে গছ-বন কাটি তহিলং কৰি প্ৰাকৃতিক ভাৰসম্যতা বিপদজনক কৰি তুলিছে৷ এই সমস্যা দূৰীকৰণৰ বাবে উক্ত অঞ্চলসমূহৰ শিক্ষা বিস্তাৰৰ ওপৰত গুৰুত্ব দিব লাগিব৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অন্যান্য পদক্ষেপ সমূহ গ্ৰহণ কৰিব লাগিব৷

আমি বাস কৰা এই বিনন্দীয়া ধৰণীখন কদৰ্যময় কৰি তুলিছে য’তে-ত’তে পৰি থকা প্লাষ্টিক জাতীয় পদাৰ্থ সমূহে৷ মৰ্টনৰ বাকলিৰ পৰা চিপচৰ মোনালৈকে , লিচু ৰসৰ বটলৰ পৰা খোৱা পানীৰ বটলৰ খালী বটললৈকে য’তে মন গৈছে উপভোক্তাই ত’তে দলিয়াই থৈ গৈছে৷ এই দ্ৰৱ্য সমূহ যে য’তে-ত’তে পেলাব নালাগে সেই সজাগতা সুদূৰ পৰাহত৷ ছাত্ৰ-ছাত্ৰী সকলক নিম্ন প্ৰাথমিক শাখাৰ পৰা হাইস্কুলৰ শেষ শ্ৰেণীলৈকে পাঠদানৰ মাজে-মাজে এই সজাগতা সৃষ্টি কৰাব পাৰিব কেৱল শিক্ষক সকলেহে৷ পৰিৱেশ বিজ্ঞানৰ পাঠদান কেৱল তাত্বিক স্তৰতে আছে৷ ইয়াৰ প্ৰায়োগিক দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহয়৷ আনহাতে এই দ্ৰৱ্য সমূহে স্থলভাগ, জলভাগ আৰু বায়ুভাগত প্ৰদূষণৰ সৃষ্টি কৰি জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ এই দিশটোৰ প্ৰতি উপযুক্ত বিজ্ঞানসন্মত ব্যৱস্থা চৰকাৰীভাৱেহে ল’ব লাগিব৷

আমি বাস কৰা সুন্দৰ ধৰণীখনি কেৱল বাহ্যিকভাৱেহে যে পংকিলময় হৈ পৰিছে এনে নহয়৷ সামাজিকভাৱেও ই নান্দনিক বৈশিষ্ট্যখিনিত কলুষতাময় কৰি তুলিছে৷ মানুহৰ মাজত হিংসা, বৰ্বৰতা, খিয়লা-খিয়লি এনেভাৱে বৃদ্ধি পাইছে যে মৰম,দয়া,সহানুভূতি, পৰোপকাৰ আদি মানৱীয় সদগুণ সমূহ যেন অন্তৰ্নিহিত হক্সব ধৰিছে৷ ইয়াৰ ফলত শান্তিপূৰ্ণ, সংকাহীন সামাজিক জীৱনচৰ্যা হেৰাই যাবলৈ ধৰিছে৷ অৱশ্যে সৰহ সংখ্যকৰ অন্তৰত মানৱীয়তাই সমাজখনক জীপাল কৰি ৰাখিছে বাবেই মানুহে জীয়াই থকাৰ প্ৰেৰণা লাভ কৰি আহিছে৷ পৃথিৱীখন আমি তেতিয়াই ধুণীয়া দেখিম যেতিয়ালৈকে জীয়াই থাকিবৰ বাবে পাৰস্পৰিক সহানুভূতি আৰু সহায়-সহযোগিতা আগবঢ়াম৷ সাম্প্ৰতিক সময়ত দেখা দিয়া অতি বস্তুবাদীতামূলক মনোভাৱেই মানুহক ইমানেই আত্মকেন্দ্ৰিক কৰি তুলিছে যে নিজৰ পিতৃ-মাতৃকেই চোৱাচিতা কৰিবলৈ অমনযোগী হৈ পৰিছে৷ তেনেস্থলত ককাই-ভাই, সম্পৰ্কীয় তথা ওচৰ চুবুৰীয়া সকল কোন কুটা৷ ইমানৰ পিছতো মানুহ আশাবাদী৷ এই আশাবোৰ জীয়য়াই ৰাখিবৰ বাবেই প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব৷ এই সামাজিক দায়িত্ব পালন কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য৷

আপোনপটীয়া মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে হাবি-বন কাটি এফালৰ পৰা তহিলং কৰিছে৷ জীৱ-জন্তুৰ আশ্ৰয়স্থল নোহোৱা কৰিছে৷ ফলত আশ্ৰয়হীন জীৱকূলৰ বিলুপ্তি ঘটিছে৷ চৰাই-চিৰিকটিৰ জিৰণি তথা আশ্ৰয়ৰ গছ-বন কাটি আমি আত্মস্বাৰ্য পূৰণ কৰিছোঁ৷ বিভিন্ন প্ৰকাৰে সিহঁতক মাৰি আমাৰ উদৰ পূৰাইছোঁ আৰু বিনন্দীয়া পৃথিৱীখনক আমি নিৰস কৰি তুলিছোঁ৷ প্ৰকৃতি ধ্বংস যজ্ঞৰ এই স্ববিনাসী অভিযানৰ মূল কাৰণটোৱেই হ’ল অত্যাধিক জনসংখ্যা বৃদ্ধি৷ আমাৰ বাবে উপলব্ধ বাসভূমিৰ তুলনাত আমাৰ পৰিয়াল এটাৰ আকাৰ আৰু ভৱিষ্যৎ প্ৰজন্মৰ কথা যদি এতিয়াই নাভাৱি কেৱল বৰ্তমান জীৱনটোৰ কথাকে আমি ভাৱো তেতিয়াহ’লে এখনি শান্তিৰ আলয়ৰ কল্পনা কেনেকৈ কৰিব পৰা হ’ব৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ইমান চৰকাৰীভাৱে বিভিন্ন গণমাধ্যম সমূহৰ জৰিয়তে প্ৰচাৰ কৰি অহা হৈছে৷ চিকিৎসালয় সমূহৰ জৰিয়তে ইমান সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰি অহা হৈছে অথচ এচাম লোক আছে যিসকল এই বিষয় সমূহৰ প্ৰতি সম্পূৰ্ণ নিৰ্বিকাৰ, মানসিক চাপযুক্ত ভাৱেই বৃহৎ আকাৰৰ পৰিয়াল সমূহ সৃষ্টি কৰা আছে৷

বাসভূমিৰ আকাৰৰ অনুপাতে থাকিব লগা জনসংখ্যাৰ অৱস্থাটো বুজ ল’বৰ বাবে আমি জনজাতিৰ ঘনত্বলৈ এভুমুকি মাৰিলেই আচল পৰিস্থিতিটো অনুধাৱন কৰিব পাৰিব৷ ভাৰতবৰ্ষৰ বৰ্তমান জনবসতিৰ ঘনত্ব হ’ল ৪৫৫ জন৷ আটাইতকৈ বেছি জনবসতি থকা ৰাজ্যখন হ’ল পশ্চিমবংগ, প্ৰতিবৰ্গ কিলোমিটাৰত ১০২৯ জন আৰু ভাৰতবৰ্ষৰ আটাইতকৈ কম জনবসতি থকা ৰাজ্যখন হ’ল অৰুণাচল প্ৰদেশ, প্ৰতিবৰ্গ কিলোমিটাৰত ১৭ জন৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত ইয়াৰ পৰিমাণ হ’ল ৩৯৮ জন৷ অসমৰ বৰ্তমান আটাইতকৈ বেছি জনবসতি থকা জিলাখন হ’ল কামৰূপ আৰু কম জনবসতি থকা জিলাখন হ’ল ডিমা হাছাও৷ অন্যান্য কাৰক সমূহৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰক হ’ল কিছু কিছু মানুহৰ মাজত নিম্নগামী শিক্ষিতৰ হাৰ৷ সাধাৰণতে শিক্ষিত লোকসকলৰ পৰিয়ালসমূহ সীমিত হোৱা দেখা যায় আৰু ইয়াৰ বিপৰীতে যিবিলাক পৰিয়ালৰ পিতৃ-মাতৃৰ শিক্ষা-দীক্ষা নাই, সেইবিলাক পৰিয়ালৰ সন্তানৰ সংখ্যা সৰহ হোৱা দেখা যায়৷ যি সময়ত ভাৰতবৰ্ষৰ শিক্ষিতৰ হাৰ হ’ল ৭৭ শতাংশ, সেইসময়ত অসমৰ ঘন জনবসতিপূৰ্ণ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ হ’ল ৫৮.৩৪ শতাংশ৷ সেই হাৰ দৰং আৰু চিৰাং জিলাত হ’ল ক্ৰমে ৬৩.০৮ শতাংশ আৰু ৬৩.৫৫ শতাংশ৷ এই তিনিখন জিলাৰ জনসংখ্যা বৃদ্ধিয়ৰ হাৰ হ’ল – ধুবুৰীত ২৪.৪৪ শতাংশ, দৰঙৰ ২১.১৯ শতাংশ আৰু চিৰাঙত ২৩.৩৪ শতাংশ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে বাক্সা, নলবাৰী, কামৰূপ, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, ধেমাজি আদি জিলা সমূহৰ জনসংখ্যা বৃদ্ধিৰ দশকীয় হাৰ ১৫ শতাংশৰ তলত৷

অন্যহাতে শেষৰটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ গড় হাৰ হ’ল ১৬.৯৩ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ হ’ল ১২ শতাংশ৷ এই তথ্যসমূহে এই কথাকে প্ৰকাশ কৰে যে যিসমূহ জিলাৰ মুছলমান লোকৰ বসতি অধিক সেইসমূহ জিলাতে শিক্ষিতৰ হাৰ কম আৰু জনবসতি বৃদ্ধিৰ হাৰ অধিক৷ আৰু সেইসমূহ ঠাইতে গছ-বন কাটি তহিলং কৰি প্ৰাকৃতিক ভাৰসম্যতা বিপদজনক কৰি তুলিছে৷ এই সমস্যা দূৰীকৰণৰ বাবে উক্ত অঞ্চলসমূহৰ শিক্ষা বিস্তাৰৰ ওপৰত গুৰুত্ব দিব লাগিব৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অন্যান্য পদক্ষেপ সমূহ গ্ৰহণ কৰিব লাগিব৷ আমি বাস কৰা এই বিনন্দীয়া ধৰণীখন কদৰ্যময় কৰি তুলিছে য’তে-ত’তে পৰি থকা প্লাষ্টিক জাতীয় পদাৰ্থ সমূহে৷ মৰ্টনৰ বাকলিৰ পৰা চিপচৰ মোনালৈকে , লিচু ৰসৰ বটলৰ পৰা খোৱা পানীৰ বটলৰ খালী বটললৈকে য’তে মন গৈছে উপভোক্তাই ত’তে দলিয়াই থৈ গৈছে৷ এই দ্ৰৱ্য সমূহ যে য’তে-ত’তে পেলাব নালাগে সেই সজাগতা সুদূৰ পৰাহত৷ ছাত্ৰ-ছাত্ৰী সকলক নিম্ন প্ৰাথমিক শাখাৰ পৰা হাইস্কুলৰ শেষ শ্ৰেণীলৈকে পাঠদানৰ মাজে-মাজে এই সজাগতা সৃষ্টি কৰাব পাৰিব কেৱল শিক্ষক সকলেহে৷ পৰিৱেশ বিজ্ঞানৰ পাঠদান কেৱল তাত্বিক স্তৰতে আছে৷ ইয়াৰ প্ৰায়োগিক দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহয়৷ আনহাতে এই দ্ৰৱ্য সমূহে স্থলভাগ, জলভাগ আৰু বায়ুভাগত প্ৰদূষণৰ সৃষ্টি কৰি জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ এই দিশটোৰ প্ৰতি উপযুক্ত বিজ্ঞানসন্মত ব্যৱস্থা চৰকাৰীভাৱেহে ল’ব লাগিব৷

আমি বাস কৰা সুন্দৰ ধৰণীখনি কেৱল বাহ্যিকভাৱেহে যে পংকিলময় হৈ পৰিছে এনে নহয়৷ সামাজিকভাৱেও ই নান্দনিক বৈশিষ্ট্যখিনিত কলুষতাময় কৰি তুলিছে৷ মানুহৰ মাজত হিংসা, বৰ্বৰতা, খিয়লা-খিয়লি এনেভাৱে বৃদ্ধি পাইছে যে মৰম, দয়া, সহানুভূতি, পৰোপকাৰ আদি মানৱীয় সদগুণ সমূহ যেন অন্তৰ্নিহিত হ’ব ধৰিছে৷ ইয়াৰ ফলত শান্তিপূৰ্ণ, সংকাহীন সামাজিক জীৱনচৰ্যা হেৰাই যাবলৈ ধৰিছে৷ অৱশ্যে সৰহ সংখ্যকৰ অন্তৰত মানৱীয়তাই সমাজখনক জীপাল কৰি ৰাখিছে বাবেই মানুহে জীয়াই থকাৰ প্ৰেৰণা লাভ কৰি আহিছে৷ পৃথিৱীখন আমি তেতিয়াই ধুণীয়া দেখিম যেতিয়ালৈকে জীয়াই থাকিবৰ বাবে পাৰস্পৰিক সহানুভূতি আৰু সহায়-সহযোগিতা আগবঢ়াম৷ সাম্প্ৰতিক সময়ত দেখা দিয়া অতি বস্তুবাদীতামূলক মনোভাৱেই মানুহক ইমানেই আত্মকেন্দ্ৰিক কৰি তুলিছে যে নিজৰ পিতৃ-মাতৃকেই চোৱাচিতা কৰিবলৈ অমনযোগী হৈ পৰিছে৷ তেনেস্থলত ককাই-ভাই, সম্পৰ্কীয় তথা ওচৰ চুবুৰীয়া সকল কোন কুটা৷ ইমানৰ পিছতো মানুহ আশাবাদী৷ এই আশাবোৰ জীয়য়াই ৰাখিবৰ বাবেই প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব৷ এই সামাজিক দায়িত্ব পালন কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: