অসম

জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজন আটক

সংবাদদাতা, জুৰীয়া :  জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নেতৃত্বত আৰক্ষীৰ এক সফল অভিযান৷ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ড্ৰাগছ সহ আটক দুজনক৷ এইবাৰ যেন আৰক্ষীয়ে

লাভ কৰিছে এজন মহান অধীক্ষক৷ যাৰ সাহসতে প্ৰতিদিনে চলিবলৈ ধৰিছে ড্ৰাগছ বেপাৰী সমূহৰ বিৰুদ্ধে অভিযান৷ সেইদৰে আজি দুপৰীয়া নগাঁও জিলাৰ জুৰীয়াৰ  বালুকটিয়াত

জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত এক অভিযানত দুজন ড্ৰাগছ ব্যৱসায়ী আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: