অসম

ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত শোক

সংবাদদাতা, পশ্চিম যোৰহাট : যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ১৯৯২ চনত অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা,বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ বোকাখাতত অনুষ্ঠিত অধিবেশনত সভাপতিৰ পদ অলংকৃত কৰা ডঃ লক্ষ্মীনন্দন বৰাই

৩ জুনত শেষ নিশ্বাস ত্যাগ কৰাত অসমীয়া সাহিত্য জগতৰ অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে বহুজনে। বৰাৰ মৃত্যুত অমৰাৱতী বৃদ্ধাশ্ৰম,পশ্চিম যোৰহাট শাখা সাহিত্য সভা, পশ্চিম যোৰহাট সাহিত্য সংস্কৃতি গোষ্ঠী, সাংস্কৃতিক মহাসভা, অসমৰ

যোৰহাট জিলা সমিতি, পশ্চিম যোৰহাট আঞ্চলিক সমিতি, বিহু সুৰক্ষা সমিতি, স্বেচ্ছাসেৱী সংগঠন সংকল্প শিখা,সৃষ্টিৰ লগতে পশ্চিম যোৰহাট অঞ্চলৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক অনুষ্ঠানত সৈতে জড়িতসকলে শোক প্ৰকাশ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: