অসম

তোলনীয়া কন্যাক যৌন নিৰ্যাতন পদ্মশ্ৰী উদ্ভৱ ভৰালীৰ!

বিভিন্ন সময়ত নিজস্ব উদ্ভাৱনৰ জৰিয়তে সংবাদ শিৰোনামত থকা উদ্ধৱ ভৰালীৰ বিৰুদ্ধে এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। ভৰালীয়ে নিজৰ তোলনীয়া কন্যাক বলাৎকাৰৰ অভিযোগ উত্থাপিত হৈছে। পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ভৱ ভৰালীৰ বিৰুদ্ধে POSCO আইনৰ অধীনত আৰু কেইবাটাও ধাৰাসহ ৰুজু কৰা হৈছে গোচৰ। এই গোচৰ ৰুজু হোৱাৰ পাছতেই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লৈছে অগ্ৰিম জামিন। ন্যায়ালয়ে ৭ জানুৱাৰীত গোচৰৰ কেছ ডায়েৰী তলব কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: