স্বাস্থ্য আৰু জীৱন শৈলী

দিনটোত কিমানবাৰ হস্তমৈথুন্য কৰিব পাৰিব?

হস্তমৈথুন্য স্বাস্থ্যৰ পক্ষে হানিকাৰক নেকি? দিনটোত কিমানবাৰ হস্তমৈথুন্য কৰিব পাৰিব? এই সকলোবোৰ তথ্য সমৃদ্ধিৰে আজিৰ প্ৰতিবেদন আৰম্ভ কৰিবলৈ লৈছোঁ।

পুৰুষ-মহিলা উভয়ৰে হস্তমৈথুন কৰাটো কোনো পুৰণি কথা নহয়। যিহেতু ই এটা প্ৰাকৃতিক নিয়ম, গতিকে ই কোনোপ্ৰকাৰে বেয়া হ’ব নোৱাৰে। কিন্তু প্ৰতিটো কামৰে এটা সীমা থাকে, সেই সীমা অতিক্ৰম কৰিলে বিপদ হোৱাটো নিশ্চিত।

বেদ, ঔপনিষেদৰ যুগৰ পৰাই এইটো কৈ অহা হৈছে যে অত্যাধিক হস্তমৈথুন্য আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বৈজ্ঞানিক দৃষ্টিৰে চাবলৈ গ’লে এসপ্তাহত ১ৰ পৰা ৫ বাৰ হস্তমৈথুন্য কৰিলে কোনোধৰণৰ ক্ষতি নহয়। কিন্তু ইয়াতকৈ অধিক হ’লে হস্তমৈথুন্যই আপোনাৰ জীৱনটো ধ্বংস কৰি পেলাব পাৰে।

যুৱ-প্ৰজন্মই পৰাপক্ষত হস্তমৈথুন্যৰ পৰা আতৰি থকা উচিত। নহ’লে ইয়াৰ নিচাই এটা সময়ত আপোনাক পাৰিবাৰিক সুখৰ পৰা বঞ্চিত কৰিব পাৰে। যুৱ অৱস্থাত অত্যাধিক হস্তমৈথুন্যৰ প্ৰভাৱত আপুনি ভৱিষ্যতে সন্তান বঞ্চিত বা এটা ভাল শিশুৰ পৰা বঞ্চিত হ’ব পাৰে। গতিকে যিমানদূৰ সম্ভৱ যুৱ প্ৰজন্মক এইবিধ কৰ্মৰ পৰা বিৰত ৰখা উচিত।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: