অসম

দেৰগাঁৱত মৃতদেহ উদ্ধাৰ।

সংবাদদাতা, দেৰগাঁও : ক’ৰনাকালীন সময়তে গোলাঘাট দেৰগাঁৱত উদ্ধাৰ হয় এক মৃতদেহ৷ দেৰগাঁৱত বলিন হাজৰিকা(পাপা)(৩৮) নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ৷ যুৱকজনৰ ঘৰ দেৰগাঁও নাৰিকলৰ ৮নং ৱাৰ্ডত ৷ নিশা ৩বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল৷ ঘৰৰ মানুহে বিচাৰ

কৰাৰ পাছত দিনৰ ১ বজাত ঘৰৰ পাছপিনে থকা পথাৰ এডৰাত এক আঠু পানীত পৰিতক্ত অৱস্থাত পোৱা যায়৷ পাছত গমপোৱা যায় যে ব্যক্তি জন মৃত বুলি ৷এতিয়া এই বিষয়টো ৰহস্য জনক হিছাপে আছে ৷ মৃত্যুৰ সময়ত পৰিবাৰ, এজন পুত্ৰ এগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায় ৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: