অসম

ধিঙৰ ১নং কান্ধুলিমাৰিত শোকাৱহ ঘটনা

👉🏿ধিঙৰ ১নং কান্ধুলিমাৰিত শোকাৱহ ঘটনা ।
👉🏿বিদ্যুতপৃষ্ট হৈ অকাল মৃত্যুক সাবটিলে এজন যুৱ কৃষকে ।


👉🏿 যুৱ কৃষকজনৰ নাম মজিবুৰ ৰহমান ।
👉🏿সোমবাৰে নিশা বড়ো ধানৰ খেতিত পানী দিবলৈ যাওতে বিদ্যুৎ চালিত মটৰত লাগি যুৱ কৃষকজনৰ মৃত্যু হয় ।


👉🏿 ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে নগাঁৱলৈ ।
👉🏿উদ্যমী যুৱ কৃষক জনৰ মৃত্যুত সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: