অসম

নামঘৰীয়া জগুৰাম গায়নৰ মৃত্যু

সংবাদদাতা,পশ্চিম যোৰহাট : যোৰহাট সৰুচৰাই ঘৰফলীয়া নামনি গায়ন গাঁৱৰ নিবাসী, নামঘৰীয়া জগুৰাম গায়ন (৮০)-ৰ ১৭ মে’ৰ বিয়লি নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ পত্নী, চাৰিজন পুত্ৰ-বোৱাৰী, জী-জোঁৱাইসহ বহু আত্মীয়ক এৰি থৈ গৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: