অসম

পাঠশালাত এটি আধুনিক গীতৰ দৃশ্য-শ্ৰব্য সঁফুৰাৰ মুকলি

সংবাদদাতা, বজালী:- বুধবাৰে আবেলি পাঠশালা স্থিত বৈষ্ণৱী বজাৰৰ এন ই ফিল্ম সম্পাদনা কক্ষত অ’ মোৰ অনুৰাগ শীৰ্ষক এটি আধুনিক গীতৰ দৃশ্য-শ্ৰব্য সঁফুৰা মুকলি কৰা হয়। গীতটিৰ দৃশ্য-শ্ৰব্য সঁফুৰাৰ অনুস্থানটি সংগীত পৰিচালক দীপক বৰৱাই উন্মোচন কৰে। অ’ মোৰ অনুৰাগ শীৰ্ষক গীতটি R S Productionৰ প্ৰযোজনা, তুতুল মানৱৰ কথা, ৰাজু শৰ্মাৰ সুৰ আৰু কন্ঠ আৰু অহিৰ ভৈৰৱৰ পৰিচালনাৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: