uncatagorised

প্ৰতিদিনে ১পোৱা গাখীৰ দিয়া এটা মতা ছাগলী

ৰাজস্থানৰ ছাগলীৰ কাহিনীয়ে তোলপাৰ লগাইছে সামাজিক মাধ্যম

ষ্টাফ ৰিপ’ৰ্টাৰ : ৰাজস্থানৰ এটা ছাগলী,ভাইৰেল ছ’চিয়েল মেডিয়াত । কাৰণটো হ’ল ছাগলীটো মতা,কিন্তু তাৰ আছে দগ্ধ উৎপাদনৰ ক্ষমতা। ধলপুৰৰ নিলগৰ গুৰ্জা গাঁৱৰ ৰাজীৱ কোচৱাৰ আঢ়ৈ মহীয়া ছাগলীটোৱে প্ৰতিদিনে প্ৰায় ১পোৱা গাখীৰ দিয়ে। পশু চিকিৎসক এজনক এই সম্বন্ধে অসম বাৰ্তাৰ এজন সংবাদদাতাই সোধাত তেওঁ কয় যে এক মিলিয়ন ছাগলীৰ ভিতৰত এটা ছাগলীৰ এনে লক্ষণ দেখা পোৱা যায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: