অসম

পৰিৱেশ দিৱস উপলক্ষে সেৱাৰ অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন

সংবাদদাতা, বাহনা : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকৃতিপ্ৰেমী অনুষ্ঠান সেৱা-ৰ উদ্যোগত যোৰহাট জিলা ভিত্তিত পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈ ক-শাখা আৰু অষ্টমৰ পৰা দশম শ্ৰেণীলৈ খ-শাখা ৰূপে লৈ চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।প্ৰতিযোগিতাৰ বিষয় ক-শাখাৰ বাবে

পৰিৱেশ সংৰক্ষণ আৰু খ-শাখাৰ বাবে প্ৰদূষণমুক্ত প্ৰাকৃতিক পৰিৱেশ। ছবিসমূহ পৰাপক্ষত পি ডি এফ কৰি ০৪-০৬-২০২১ তাৰিখৰ বিয়লি ৪-০০ বজাৰ ভিতৰত হোৱাটছ এপ নাম্বাৰ 9085653686 বা 8638673550-ত প্ৰেৰণ কৰিবলৈ সেৱাৰ প্ৰধান সম্পাদক প্ৰণৱজ্যোতি শইকীয়াই আহ্বান জনোৱা হ’ল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: