ফাগুনৰ কবিতা | Super 100

ফাগুনে কঢ়িয়াই আনে ৰং, সুবাস , নতুনত্ব। পলাশ, শিমলুয়ে দি যায় অজান দেশৰ বতৰা। ফাগুনৰ ফাকুৱাই দি যায় সকলোৰে মনত অনাবিল আনন্দ। দেহ, মন জুৰুৱা পছোৱা জাকে স্বস্তিৰ নিশ্বাস পেলাই কাণে কাণে কৈ যায় বহুতো কথা। অভিমানী ফাগুনে লঠঙা ডালবোৰ সৰাই, পলাশ, শিমলুৰ সুবাস, ৰঙেৰে পৰিপূৰ্ণ নতুন সেউজীয়া দি যায়।

প্ৰেমৰ কবিতা

E-Paper

Back to top button
%d bloggers like this: