অসম

বন সুৰক্ষা কৰ্মীয়ে ধৰ্ষণৰ অপচেষ্টা চলালে ১৭ বছৰীয়া কিশোৰীক

সংবাদদাতা, গোসাইগাঁও:- গোসাইগাঁও মহকুমাৰ ডিংডিঙ্গা আৰক্ষী চকী অন্তৰ্গত ফাইলাওগুৰীত নৰপিশাচৰ ৰূপত বন সুৰক্ষা কৰ্মী ফালু মিঞাৰ কামনাৰ বলি ১৭ বছৰীয়া দশম শ্ৰেণীত অধ্যয়নত ছাত্ৰী। বাইকত অহা লম্পট দুজনে কোনো নথকা সুযোগত ৰাস্তাত সন্মুখত আগছি ধৰি খুকুৰি আৰু ভয় ভাবুকি

দেখুৱাই বাঁহনি বাগানত ধৰ্ষণৰ অপচেষ্টাত চিঞৰ-বাখৰ কৰাতগাঁওখনৰে তিনি যুৱকে প্ৰত্যক্ষ কৰাত যুৱকজনক খুকুৰিৰে আক্ৰমণ কৰাৰ লক্ষৰে লম্পট দুজন পলায়ন কৰে। লম্পট ফালু মিঞা বৰবাধা ৰেঞ্জৰ কাৰ্য্যলয়ত কৰ্মৰত ঘটনাস্থলী অপ্ৰীতিকৰ সৃষ্টি হোৱাত ঘটনাস্থলীত গোসাইগাঁও মহকুমা আৰক্ষী

অধীকক্ষস্বৰূপ গুপ্তা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে নৰপিশাচক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। গোসাইগাঁও আৰক্ষী থানাত গোচৰ ৰজু কৰা হৈছে। Case no. 392/2021, U/S- 341/342/376/511/34 IPC, R/W Section 8 of POCSO Act.জঘন্য ধৰ্ষণৰ কাণ্ডক লৈ অঞ্চল জৰি চাঞ্চলৰ বিৰাজ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: