অসম

বৰপথাৰ‌ টেঙানী নাহৰখনা গাঁৱত অগ্নিকাণ্ড

সংবাদদাতা, সৰুপথাৰ : গোলাঘাট জিলাৰ বৰপথাৰ টেঙানী নাহৰখনা গাঁৱৰ নিবাসী ভৱেন কলিতা বাসগৃহত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। বিদ্যুৎৰ শ্বৰ্ট চাৰ্কিতৰ ফলতেই ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। লোকজনৰ ঘৰত

দেওঁবাৰে ৰাতি প্ৰায় ১০ বজাত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত  নিজৰ বাসগৃহ লগতে দোকানখনো জাহ যায়। পৰিয়ালৰলোকে জনোৱা মতে উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় চাৰি লক্ষাধিক টকাৰ সম্পতি ক্ষতি হোৱা বুলি

জানিবলৈ দিছে। উল্লেখ্য যে ঘৰত কোনো নথকাত  অগ্নিকাণ্ড ঘটনা সংঘটিত হোৱাৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব  পৰা হোৱা নাই। অৱশেষত গাঁৱৰ ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: