অসম

বৰাখাটত শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ পঞ্চম বাৰ্ষিক অধিবেশনৰ লাইক স্থাপন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলা অন্তৰ্গত বৰাখাটত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ পঞ্চম বাৰ্ষিক অধিবেশনৰ লাইক স্থাপন কৰে জিলা শাখাৰ সভাপতি মাধৱ ৰাভাই। উক্ত অনুষ্ঠানটো আঁত ধৰে ভেৰগাঁও জিলা শাখাৰ সম্পাদক মাধৱ বৰুৱাই।উল্লেখযোগ্য যে এইবেলি ভেৰগাঁও জিলা শাখাৰ পঞ্চম বাৰ্ষিক অধিবেশন খনি অহা ২২ আৰু ২৩ জানুৱাৰীত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে বৰাখাটত প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’ব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: