অসম

মাজুলীত গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

নিউজ ডেস্ক:- অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে মাজুলী জিলাৰ মহৰিচুক গাওঁক আফ্ৰিকান ছোৱাইন ফিভাৰৰ অভিকেন্দ্ৰৰূপে ঘোষণা কৰা হৈছে। সেয়েহে এই বেমাৰ প্ৰতিৰোধ, সংক্ৰমণ আদি ৰোধ কৰিবলৈ “The Prevention & Control of Infectious and Contagious Diseases in Animal Act, 2009“ৰ ৬ দফাৰ অন্তৰ্গত মহৰিচুক গাঁও আৰু নিকটৱৰ্তী গাঁওসমূহত গাহৰি (জীৱিত অথবা মৃত) বা গাহৰি মাংসৰ প্ৰচলন আৰু কিনা-বেচাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা দণ্ডাধীশে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: