অসম

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধনীদেশ প্ৰদান

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ ৪৪ নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত কাতিচুকৰ পুতু বৰা আৰু দ-গায়ন গাঁৱৰ মামনি শৰ্মাক ১৭ ডিচেম্বৰত মুখ্য মন্ত্ৰীৰ সাহায্য পুজিৰ ১৫ হাজাৰ টকাৰ একোখনকৈ ধনাদেশ নিজা গৃহত প্ৰদান কৰা হয়। দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে অনা এই ধনাদেশ প্ৰদান কৰে আগে দেৰগাঁও বিধান পৰিষদৰ তথ্য-প্ৰযুক্তি সম্পাদক মনোৰঞ্জন গগৈ, পঞ্চায়ত পৰিষদৰ সভাপতি জিতু বৰা, তথ্য-প্ৰযুক্তি সম্পাদক প্ৰণৱ বৰা, পৰিষদৰ ৰণ্টু গায়ন, পবিত্ৰ গায়ন, স্থানীয় দেহীৰাম গায়ন, টংকেশ্বৰ গায়নে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: