বিনোদন

প্ৰেমিকৰ সৈতে শীঘ্ৰেই ডুবাই বা ইটালীত বিবাহ পাশত আৱদ্ধ হ’ব মৌনী ৰয়

ভাৰতীয় মনোৰঞ্জন ছবি জগতৰ জনপ্ৰিয়তাৰ শীৰ্ষত শীৰ্ষত থকা মৌনী ৰয় ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়৷ ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা ১৯.৩ নিযুত অতিক্ৰম কৰিছে৷ দীৰ্ঘদিন ধৰি খবৰ পোৱা গৈছে যে তেওঁ ডুবাইৰ ব্যৱসায়ী সুৰজ নাম্বিয়াৰ (সুৰজ নাম্বিয়াৰ)ৰ সৈতে সম্পৰ্কত আছে৷ কেইবাঠাইটো তেওঁলোক দুয়োকে একেলগে দেখা গৈছে৷ লগতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়োৰে ডুবাইত কটোৱা ভিডিঅ’। এইবাৰ খবৰ পোৱা গৈছে যে মৌনী আৰু সুৰজ সতপাক আৱদ্ধ হ’ব বিবাহ পাশত। মৌনীৰ আত্মীয় বিদ্যুৎ ৰয় সৰকাৰে এখন বাতৰি কাকতক এই কথা জনায়৷ মৌনীৰ বিবাহৰ সিদ্ধান্তৰ বাতৰি সৰ্বভাৰতীয় সংবাদ মাধ্যমতো প্ৰকাশ পাইছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: