অসম

মৰিগাঁৱৰ ভূৰবন্ধাত হেৰ’ইন সহ তিনিজনক আটক

সংবাদদাতা, ভূৰবন্ধা:- বুধবাৰে তিনিজনকৈ দুৰ্ধষ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে মৰিগাঁও আৰক্ষীয়ে। ৰাজিবুল আলী, প্ৰনব দাস আৰু বিজয় বিশ্বাস নামৰ ড্ৰাগছ সৰবৰাহকাৰী কেইটাই এখন ট’ম ট’মত সন্দেহজনকভাবে ৰৈ থকাত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত তিনিওকে আটক কৰি সোধাপোচা কৰোঁতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। লগে-লগে আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা 1.60 গ্ৰাম হেৰ’ইনসহ ১৩টাকৈ কণ্টেনাৰ আৰু দুটা চিৰিঞ্জ উদ্ধাৰ কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button