অসম

যোৰহাটত প্ৰথমটো ব্যক্তিগত এ.টি.এম. মুকলি

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটত প্ৰথমটো ব্যক্তিগত এ টি এম ৮ ফেব্ৰুৱাৰীত নেইষ্টৰ প্ৰথম দ্বাৰৰ সন্মুখৰ ৰাষ্ট্ৰীয় পথৰ কাষত মুকলি কৰা হয়। ফিটা কাটি দ্বাৰ মুকলি কৰে ডাক্তৰ সত্যেন গগৈয়ে। এই এ টি এমটোৰ পৰা সকলো বেংকৰ গ্ৰাহকে ধন উলিয়াব পাৰিব।

Show More

Leave a Reply

Your email address will not be published.

Back to top button