অসম

যোৰহাটৰ গীতা আশ্ৰমত শিক্ষক প্ৰশিক্ষণ

সংবাদদাতা, পশ্চিম যোৰহাট:- শিশু শিক্ষা সমিতি, অসম, যোৰহাটে পদুমণিস্থিত গীতা আশ্ৰমৰ প্ৰেক্ষাগৃহত ৬-৭ ডিচেম্বৰত আচাৰ্য-আচাৰ্যাসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰে। ১০০ গৰাকী আচাৰ্য-আচাৰ্যাই অংশগ্ৰহণ কৰা প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে গীতা আশ্ৰমৰ সংস্থাপক হনুমান বাহেতীয়ে। যোৰহাট গড়মূৰস্থিত শংকৰদেৱ শিক্ষা নিকেতনৰ আচাৰ্যা বৰ্ণালী বৰুৱাই আঁত ধৰা প্ৰশিক্ষণত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে মহৰাজ বেচাৰাম পৰাশৰ, ধৰ্মদেৱ ব্ৰহ্মচাৰী, উমেশ বৰা, ময়ূৰাক্ষী দেৱী, মহানন্দ শৰ্মাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: