অসম

লাহৰীঘাটৰ দুই সন্তানৰ মাতৃ সন্ধানহীন

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত কছাৰীবড়ী গাঁৱৰ তথা মিকিভেটা থানাত গৃহৰক্ষীত কৰ্মৰত শ্বাজাহান আলী পত্নী ৰেহেনা চুলতানা ১আগষ্টৰ দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে, শ্বাজাহানৰ পত্নী

ৰেহেনা চুলতানাই ‍১ আগষ্টৰ দিনা শ্বাজাহান ঘৰত নথকা অৱস্থাত ৰাতিপুৱা ৯ মান বজাত দুটি সন্তানক ৰাতিপুৱাৰ আহাৰ খোৱাই কছাৰীবড়ীৰ চাৰিআলিৰ পৰা ঔষধ আনিবলৈ ওলাই গৈছিল।কিন্ত্ত আজি লৈকে ঘৰত উভতি অহা নাই। পৰিয়ালৰ লোকে

নিজৰ আত্মীয় স্বজনৰ ঘৰত বিচাৰি নাপাই সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজৰ ওচৰত কাতৰ আহাব্বান জনাইছে। যদি কোনোলোকে ৰেহেনা চুলতানাৰ সন্ধান পায় তেন্তে 9854989762 নম্বৰত ফোন কৰি সন্ধান দিবলৈ অনুৰোধ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: