অসম

লাহৰীঘাটৰ ৰাজহুৱা স্থানত সমূহত চেনিটাইজেশ্যন জিলা পৰিষদৰ সভানেত্ৰী ইছমা আৰা বেগমৰ

সংবাদদাতা, লাহৰীঘাট : ৰাজ্যজুৰি কৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। পুনৰ চৰকাৰে জিলাই-জিলাই লকডাউনৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মৰিগাঁও জিলাতো হ্রাস পোৱা নাই কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। আজি মৰিগাঁও জিলাৰ লাহৰীঘাটত

চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী গৰাকীয়ে। আজি লাহৰীঘাট বজাৰত জিলা পৰিষদৰ সভানেত্ৰী ইছমাআৰা বেগমে লোকসকলৰ মাজত মাস্ক বিতৰণ কৰাৰ লগতে চেনিটাইজেশ্যন কৰে লাহৰীঘাট থানাৰ লগতে বজাৰ চৌহদত।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: