অসম

সাংস্কৃতিৱান ব্যক্তি দিলীপ বৰঠাকুৰৰ মৃত্যু

সংবাদদাতা, বাহনা : পূৱ যোৰহাটৰ পীৰাকতা ব্ৰাহ্মণ গাঁৱৰ দিলীপ বৰঠাকুৰ (৬২)ৰ কালি নিশা শিৱসাগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। জানিব পৰা মতে টি ভি চাই থকা মানুহজন হৃদৰোগত

আক্ৰান্ত হোৱাত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজন এজন সংস্কৃতিবান লোক আছিল। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানৰ

লগত জড়িত ব্যক্তিজনে নাটকটো অভিনয় কৰিছিল। তেওঁ পৰিবাৰ,এজন পুত্ৰ,এগৰাকী কন্যা ,ভাতৃ সহ আত্মীয়স্বজনক এৰি থৈ গৈছে।সৰবৰহী ব্যক্তিজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: