অসম

সৰুপথাৰত ক’ৰনাই প্ৰাণ কাঢ়িলে SBI গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালকৰ

সংবাদদাতা, ধনশিৰি :গোলাঘাট জিলাৰ সৰুপথাৰত ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ’নাৰ গণ সক্ৰমণ। প্ৰতিদিনেই ৰেপিড এণ্ট্ৰিজেন টেষ্টত ধৰা পৰিছে ইজনৰ পিছত সিজন লোকৰ দেহত কৰ’নাৰ অৱস্থিতি। উৰিয়ামঘাটৰ

দীপাংকৰ কোঁৱৰ নামৰ এজন ব্যক্তি ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক আকোৱালি লয়। দীপাংকৰ কোঁৱৰ উৰিয়ামঘাটৰ দৃষ্টি SBI গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক আছিল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: