অসম

হৰিশিঙাত ডিজিটেল সজাগতা সভা

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থী সকলৰ মাজত ১৯ ফেব্ৰুৱাৰীত ডিজিটেল সজাগতা সভা এখনহৈ যায়। জ্ঞানচৰ্ত আৰুএম আৰ এছ ডিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠান খনত এম আৰ ডি এছ উপাধ্যক্ষ মেঘৰাজ উপাধ্যায়ে সমল‌ ব্যক্তি হিচাপে উপস্থিত থাকি আধুনিক প্ৰযুক্তি, গ্ৰাহক সম্পৰ্ক ব্যবস্থাপনা, কল‌ চেনতাৰ আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়ে। আনহাতে পংকুল চৌধুৰী, দীপাংক মনোহৰ বসুমতাৰী আৰু ৰিবো শইকীয়া মোচাহাৰীয়ে সভাত উপস্থিত থাকি ডিজিটেল শিক্ষা আৰু ‌বিভিন্ন চৰকাৰী আঁচনিৰ বিষয় সজাগ কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button