অসম

ৰজাগড়ত বন্যহস্তীৰ গছকত এজনৰ মৃত্যু

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাত হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ভাৰত ভূটান সীমান্তৱৰ্তী খাগ্ৰাবাৰী আউত পোষ্টৰ অন্তৰ্গত ২ নং ৰজাগড়ত আজি পুৱা ৬ বজাত খাদ্যৰ সন্ধানত জনাঞ্চলৈ নামি অহা বন্যহস্তীৰ গছকত মাণিক প্ৰজা (৫৫) নামৰ লোক এজনৰ মৃত্যুৰ বাতৰিয়ে ডিমাকুছি- খাগ্ৰাবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: