অসমবিনোদন

পৰিচালিকা আইমী বৰুৱালৈ ৰাষ্ট্ৰীয় সন্মান

কৰ’না কালৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। চলচ্চিত্ৰ নিৰ্মাণ কৰি নৱাগত চলচ্চিত্ৰ নিৰ্মাতাৰ বঁটা লাভ কৰিছে জনপ্রিয় অভিনেত্ৰী আইমী বৰুৱাই।

চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে বিশেষ সন্মান লাভ কৰিছে অভিনেত্ৰী গৰাকীয়ে। আঞ্চলিক ভাষাৰ ছবি নিৰ্মাণ কৰি Tagore international film festivalত এই ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

প্ৰথমখন ডিমাছা ভাষাৰ ছবি ‘Semkhor’ৰ বাবে তিনিটা শিতানত বঁটা লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা নৱাগতা পৰিচালিকাগৰাকীয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: