ক্ৰীড়া

IPLৰ ফাইনেল ইতিহাসৰ আটাইতকৈ বৃদ্ধ খেলুৱৈ ধোনী

IPLৰ নৱম সংস্কৰণৰ ফাইনেললৈ সুনিশ্চিত হ’ল মহেন্দ্ৰ সিং নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ দল৷ চলিত বৰ্ষৰ IPLৰ প্ৰথমখন কোৱালিফায়াৰ মেচতে ধোনীবাহিনীয়ে দিল্লী কেপিটেলছক পৰাস্ত কৰি ফাইনেললৈ অৱতীৰ্ণ হয়৷ উল্লেখ্য যে, চেন্নাই চুপাৰ কিংছে ক্ৰমাগত নৱমবাৰৰ বাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে৷আনহাতে ধোনী হৈছে IPLৰ ইতিহাসৰ ফাইনেল খেলা আটাইতকৈ বয়স্ক ব্যক্তি।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: